New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/popoplk.jpg)
- বঙাইগাঁৱত ধন দাবী কৰি গ্রেপ্তাৰ হ'ল আৰক্ষী কনিষ্টবল।
- গ্রেপ্তাৰ আৰক্ষী কনিষ্টবল মজিবুৰ ৰহমানক।
- থানালৈ পুলিচ ৰিপ'ৰ্ট বিচাৰি আহিছিল সুখিৰাম ভৌমিক নামৰ এজনে।
- সুখিৰাম ভৌমিকক ধন দাবী কৰিছিল আৰক্ষী কনিষ্টবলজনে।
- ভিডিঅ' ফুটেজসহ আৰক্ষী অধীক্ষকক অভিযোগ ভৌমিকৰ।
- ভৌমিকৰ অভিযোগৰ ভিত্তিত গ্রেপ্তাৰ মজিবুৰ ৰহমানক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us