New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/dangor-khobr-4.jpg)
- পূব কাৰ্বি আংলঙত আৰক্ষীৰ গুলীচালনা।
- আৰক্ষীৰ গুলীত আহত নৱগঠিত সন্ত্ৰাসবাদী সংগঠনৰ শীৰ্ষ নেতা।
- আনহাতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৬ জনকৈ সদস্য।
- নৱগঠিত সন্ত্ৰাসবাদী সংগঠনটো NSCKA ।
- আৰক্ষীৰ গুলীত আহত হৈছে সংগঠনটোৰ শীৰ্ষ নেতা।
- NSCKA ৰ শীৰ্ষ নেতাজনৰ নাম পবিত্ৰ তেৰন।
- কাজিৰঙাৰ সমিপৱৰ্তী ৰংমং ৱে' বনাঞ্চলত সংঘটিত হৈছে এই সংঘৰ্ষ।
- আৰক্ষীয়ে উদ্ধাৰ কৰিছে দুটা পিষ্টলসহ বহু পৰিমাণৰ গুলী-বাৰুদ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us