কিশোৰী ধৰ্ষণৰ অভিযুক্ত দিগন্ত দাস আৰক্ষীৰ জালত...

গুৱাহাটীৰ বিৰুবাৰী ধৰ্ষণ কাণ্ডৰ অভিযুক্তক গ্রেপ্তাৰ। পল্টন বজাৰ আৰক্ষীৰ জালত অভিযুক্ত দিগন্ত দাস।

author-image
Asomiya Pratidin
New Update
কিশোৰী ধৰ্ষণৰ অভিযুক্ত দিগন্ত দাস আৰক্ষীৰ জালত...

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ বিৰুবাৰী ধৰ্ষণ কাণ্ডৰ অভিযুক্তক গ্রেপ্তাৰ। পল্টন বজাৰ আৰক্ষীৰ জালত অভিযুক্ত দিগন্ত দাস।

Advertisment

জালুকবাৰীৰ পৰা আৰক্ষীয়ে গ্রেপ্তাৰ দিগন্ত দাসক। ভাড়াতীয়াৰ কিশোৰী কন্যাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল দিগন্ত দাসৰ বিৰুদ্ধে।ভুক্তভোগী পৰিয়ালক ঘৰ খালী কৰাৰো ভাবুকি প্ৰদান কৰিছে দিগন্ত দাসে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে সংঘটিত হৈছিল এই ঘটনা। ঘৰত কোনো নথকাৰ সুযোগ লৈ দিগন্তে দাসে ১৩ বছৰীয়া কিশোৰী গৰাকীক ধৰ্ষণ কৰিছিল। তাৰ পাছতেই পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছিল যদিও পলাতক অৱস্থাত আছিল দিগন্ত দাস।

আৰু পঢ়ক: কোকৰাঝাৰত প্ৰতিবাদকাৰী আৰু নিৰাপত্তাৰক্ষীৰ মাজত হতাহতি

crime Assam police