New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/baa10fbd-703e-4f9b-9e44-60a18d682110/download.jpg)
কাকপথাৰত অবৈধ শিলভৰ্তি ডাম্পাৰ জব্দ
১৫নং ৰাষ্ট্রীয় ঘাইপথত জব্দ ডাম্পাৰখন
অৰুণাচলৰ পৰা অবৈধভাৱে কঢ়িয়াই আনিছিল শিল
আৰক্ষীয়ে জব্দ কৰে দুখনকৈ ডাম্পাৰ
ডাম্পাৰ দুখনৰ চালক আৰু হেণ্ডিমেনকো আটক আৰক্ষীৰ
Also Read: ক্ষুদ্ৰ পলহাৰ পলাতক স্বামী জাহিদ চৌধুৰীক আটক