/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/9234e6fc-b763-43b5-9e6e-0cc764795b3c/pic_eimuhurtor_khobor_copy.jpg)
বৰঝাৰৰ সমীপৰ কুঁৱৰীগাঁৱত ৰঙিয়া আৰক্ষী আৰু চি আই ডি ৰ অভিযান।
৮ ছেপ্টেম্বৰত ৰঙিয়া আৰক্ষীয়ে জব্দ কৰিছিল অৰ্ধশতাধিক দুষ্প্রাপ্য বন্যজন্তু।
দুখন বিলাসী বাহনৰ পৰা জব্দ কৰা হৈছিল বন্যজন্তুসমূহ।
বাহনসহ গ্রেপ্তাৰ হৈছিল তামিলনাডুৰ ৰঘু এছ, কাৰ্তিক নামৰ দুজন লোক।
বৰঝাৰৰ কুঁৱৰীগাঁৱত ঘৰভাড়াতীয়া হিচাপে আছিল ধৃতদ্বয়।
সেই ভাড়া ঘৰতে ৰঙিয়া আৰক্ষী আৰু CID-এ চলায় অভিযান।
অভিযানত জব্দ এটা কাছৰ লগতে জীৱ-জন্তু ধৰি ৰখা বাকচ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us