New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24.jpg)
- পলাশবাৰীৰ হালিগাঁৱত ভূমিকেন্দ্রিক সংঘাত।
- চোকা অস্ত্রৰে হানি-খুচি হত্যা এজনক।
- আনহাতে ঘটনাত আহত হৈছে আন এজন লোক।
- মৃত লোকজনৰ নাম মনচুৰ আলী।
- আহত হামিদ আলীক জি এম চি এইছলৈ প্রেৰণ।
- ঘটনাৰ সৈতে ৰাজীৱ আলী, বাবুলি নামৰ লোক দুজন জড়িত থকাৰ অভিযোগ।
- অভিযোগ উঠিছে পুতু নামৰ এগৰাকী লোকৰ বিৰুদ্ধে।
- তিনিও লোকে মনচুৰক হত্যা কৰা বুলি অভিযোগ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us