জামুগুৰিহাটত গড়ৰ খৰ্গসহ আটক চোৰাং চিকাৰী...

জামুগুৰিহাটত গড়ৰ খৰ্গসহ আটক চোৰাং চিকাৰী...
  • জামুগুৰিহাটৰ ভৰলীচাপৰি পৰা সন্দেহজনক গড়ৰ খৰ্গসহ আটক এজন চোৰাং চিকাৰী৷

  • আটকাধীন চোৰাং চিকাৰীজনৰ নাম হানিফ আলি৷

  • জামুগুৰি আৰক্ষী,বন ভিভাগ আৰু গাঁওৰক্ষী বাহিনীৰ যুটীয়া অভিযানত আটক কৰে চিকাৰীটোক৷

  • বৰ্তমান বন বিভাগৰ জিম্মাত আছে ধৃত চোৰাং চিকাৰী হানিফ আলি ৷

  • আৰক্ষী আৰু বনবিভাগৰ অভিযানৰ উমান পাই পলায়ন কৰে হানিফ আলিৰ দুই সহযোগীৰ৷

  • পলাতক দুই চিকাৰীৰ সন্ধানত আৰক্ষী আৰু বনবিভাগৰ অভিযান অব্যাহত আছে৷

জামুগুৰিহাটত গড়ৰ খৰ্গসহ আটক চোৰাং চিকাৰী...
ড্ৰাগছ ব্যৱসায়ীক গোপন তথ্য দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ দেহৰক্ষী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in