অসমত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী…

অসমত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী…

author-image
asomiyapratidin
New Update
দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ সবাতোকৈ ধনী প্ৰাৰ্থীজন কোন দলৰ?…

  • অসমত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী৷
  • কিছু সময় পাছতে সম্বোধন কৰিব নিৰ্বাচনী সভা৷
  • মঙলদৈ আৰু গুৱাহাটীৰ বিজেপি প্ৰাৰ্থীৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ৷
  • কেন্দুকোণাত প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী সভা৷
  • তাৰ পাছতে প্ৰধানমন্ত্ৰী যাব বৰাকলৈ৷
  • তাতো অংশ ল'ব নিৰ্বাচনী প্ৰচাৰত৷