New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/89944a15-a7db-4f75-bb02-9933ff16d0b7/pic_eimuhurtor_khobor_copy.jpg)
মহানগৰীৰ পল্টন বজাৰত ৰিক্সা চালকৰ পৰা উদ্ধাৰ পিষ্টল ।
ইয়াৰ উপৰিও সক্ৰিয় ৫ জাঁই গুলী জব্দ ৰিক্সা চালক জনৰ পৰা ।
বহি ৰাজ্যৰ পৰা আহি ধন দাবীৰ দৰে কাৰ্যত লিপ্ত থকাৰ সন্দেহ আৰক্ষীৰ ।
ধৃত ৰিক্সা চালক জন বিহাৰৰ অজয় কুমাৰ প্ৰসাদ ।