/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/aa1a2783-3e5a-4c96-82f6-8991f3704c87/pijus_hazarika.jpg)
pijus hazarika pijus hazarika
চৰকাৰী চাকৰিত নিযুক্তি কেলেংকাৰী সন্দৰ্ভত প্রতিক্রিয়া।
প্রতিক্রিয়া প্রকাশ মন্ত্রী পীযুষ হাজৰিকাৰ।
চৰকাৰী চাকৰিৰ নামত কেইজনমান ব্যক্তিয়ে প্রবঞ্চনা কৰিছে।
২০২০ চনত জলসম্পদ বিভাগত কোনো পৰীক্ষা অনুষ্ঠিত হোৱা নাছিল।
আজি আৰক্ষীয়ে আটক কৰা কেইজন দালাল নহয়, প্রবঞ্চকহে।
নিযুক্তি পত্রও দিব লৈছিল প্রবঞ্চককেইজনে।
সকলোৰে বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব।
অসম চৰকাৰ আৰু অসম আৰক্ষীক ধন্যবাদ দিব লাগে অসমবাসীয়ে।
ভিক্টৰ দাসক অনুৰোধ-নামসমূহ ৰাজহুৱা কৰক।
ভিক্টৰ দাসে যিসমূহ তথ্য দিছে সেইসমূহ গ্রহণযোগ্য নহয়।