/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/81a83f9e-a23a-4e95-8aa3-202226a58178/pijush.jpg)
ডিজিটেল ডেস্ক : "আজাদী কা অমৃত মহোৎসৱ " উপলক্ষে প্ৰতিটো সমষ্টিতে ৭৫ অমৃত সৰোৱৰ নিৰ্মাণৰ যি পৰিকল্পনা হাতত লোৱা হৈছে তাৰে অংশ হিচাবে আজি জাগীৰোড সমষ্টিৰ অন্তৰ্গত কুমাৰবড়ীত ১২,৫৫,১৪০ টকা ব্যয়েৰে নিৰ্মাণ হ'ব লগা অমৃত সৰোৱৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে পীযুষ হাজৰীকাই |
এই কাৰ্যসূচীত মৰিগাঁও জিলাৰ উপায়ুক্ত ডাঙৰীয়া, মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া ডাঙৰীয়া, তিৱা স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্য্যবাহী সদস্য নাৰায়ন কুমাৰ ৰাদু কাকতি ডাঙৰীয়া তথা আন আন বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।