মণিপুৰত উপস্থিত মন্ত্ৰী পীযুষ হাজৰিকা…

মণিপুৰত উপস্থিত মন্ত্ৰী পীযুষ হাজৰিকা…

author-image
asomiyapratidin
New Update
অসমৰ বানত প্ৰাণ গ’ল উত্তৰ প্ৰদেশৰ ব্যক্তিৰ…

  • মণিপুৰত উপস্থিত মন্ত্ৰী পীযুষ হাজৰিকা।
  • মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে মণিপুৰত উপস্থিত হৈছেগৈ মন্ত্ৰীগৰাকী।
  • ন'নে জিলাত সংঘটিত হোৱা ভূমিস্খনলত আৱদ্ধ হৈ আছে অসমৰ ২৩ জনকৈ শ্ৰমিক।
  • ২৩ জন আৱদ্ধ লোকৰ ৫ জনক উদ্ধাৰ কৰাৰ লগতে ১৬ জন সন্ধানহীন হৈ আছে।
  • বৰ্তমনালৈকে উদ্ধাৰ কৰা ৫ জনৰ ভিতৰত এজনৰ মৃত্যু হৈছে।
  • আন এজন শ্ৰমিকৰ মৃতদেহো উদ্ধাৰ হোৱাৰ খবৰ পোৱা গৈছে।
  • আনহাতে বজালীৰ এগৰাকী টেৰিটৰিয়েল আৰ্মিৰ জোৱানো এই ঘটনাত মৃত্যু হৈছে।
  • তেওঁৰ মৃতদেহ আজি বজালীলৈ অনাৰ কথা।