জাগীৰোড সমষ্টিৰ বিভিন্ন অঞ্চল পৰিদৰ্শন মন্ত্ৰী পিযুষ হাজৰিকাৰ…

জাগীৰোড সমষ্টিৰ বিভিন্ন অঞ্চল পৰিদৰ্শন মন্ত্ৰী পিযুষ হাজৰিকাৰ…

author-image
asomiyapratidin
New Update
জাগীৰোড সমষ্টিৰ বিভিন্ন অঞ্চল পৰিদৰ্শন মন্ত্ৰী পিযুষ হাজৰিকাৰ…

ডিজিটেল ডেস্ক: বুধবাৰে জাগীৰোড সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰে মন্ত্ৰী পিযুষ হাজৰিকাই। মন্ত্ৰী গৰাকীয়ে মায়ং গাঁও পঞ্চায়তৰ কাছ শিলা অঞ্চলৰ তেঁতেলীগুৰি ঘাটৰ পৰা পাভকাতি অঞ্চললৈ নাওঁৰ সহায়ত ভ্ৰমণ কৰি ব্ৰহ্মপুত্ৰ নদীয়ে সৃষ্টি কৰা খহনীয়া পৰিদৰ্শন কৰে।

অতি সোনকালে এই খহনীয়াৰ স্থায়ী সমাধানৰ ব্যৱস্থা কৰিবৰ বাবে নিৰ্দেশ প্ৰদান কৰে মন্ত্ৰী হাজৰিকাই। এই সময়চোৱাত তেওঁৰ লগত উপস্থিত থাকে জিলা প্ৰশাসন আৰু জলসম্পদ বিভাগৰ বিষয়া সকল উপস্থিত থাকে।

আৰু পঢ়ক: মানকাচৰৰ নতুন ফেকামাৰীত কিশোৰ ন্যায় বিচাৰ বোৰ্ডৰ শুভ উদ্ধোধন

jagiroad pijus hazarika assam