/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/darra.jpg)
ডিজিটেল সংবাদ, দৰং: দিপিলা পানী যোগান আঁচনি পৰিদৰ্শন কৰাৰ সময়ত মঙলদৈ জিলাৰ ডিপিলা শাখাৰ , পি এইচ ই ডিৰ শাখা বিষয়া প্ৰতুল ভৰালীক নিলম্বন কৰাৰ নিৰ্দেশ দিয়ে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই।
সেই পানী যোগান আঁচনিৰ যোগেদি পানীৰ সুধিধাৰ পৰা বঞ্চিত হোৱা স্থানীয় লোকে কৰ্তব্যত গুৰুতৰ গাফিলতিৰ অভিযোগ উত্থাপন কৰিছিল বিষয়াগৰাকীৰ বিৰুদ্ধে।
লগতে মঙলদৈ পি এইচ ই ডি সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা সঞ্জীব শৰ্মালৈও শ্ব'ক'জ জাননী জাৰি কৰে মন্ত্ৰীগৰাকীয়ে।
আৰু পঢ়ক: 'অসমীয়া প্ৰতিদিন' ৰ সাংবাদিক চৈয়দ ৰবিউল হকলৈ মিডিয়া ফেল'শ্বিপ