New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/election-plate.jpg)
- বুধবাৰে অসমত সম্পন্ন লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।
- ৰাজ্যত ৩টা পৰ্যায়ত অনুষ্ঠিত হৈছিল লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।
- তৃতীয় পৰ্যায়ত ৰাজ্যত মুঠ ৪টা সমষ্টিত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ।
- ৪টা সমষ্টিত পুৰুষ, মহিলা আৰু তৃতীয় লিংগৰ ভোটাৰে কৰা ভোটদানৰ হাৰ ক্ৰমে-
ধুবুৰীঃ
- মুঠ ভোটদানৰ হাৰঃ ৯০.৬৬ শতাংশ।
- পুৰুষ ভোটাৰঃ ৯০.৮৭ শতাংশ।
- মহিলা ভোটাৰঃ ৯০.৪৪ শতাংশ।
- তৃতীয় লিংগৰ ভোটাৰঃ ৮.৩৩ শতাংশ।
কোকৰাঝাৰঃ
- মুঠ ভোটদানৰ হাৰঃ ৮৩.১৬ শতাংশ।
- পুৰুষ ভোটাৰঃ ৮৩.৩৫ শতাংশ।
- মহিলা ভোটাৰঃ ৮২.৯৬ শতাংশ।
- তৃতীয় লিংগৰ ভোটাৰঃ ২.৫৬ শতাংশ।
বৰপেটাঃ
- মুঠ ভোটদানৰ হাৰঃ ৮৬.৬০ শতাংশ।
- পুৰুষ ভোটাৰঃ ৮৬.৭১ শতাংশ।
- মহিলা ভোটাৰঃ ৮৬.৫০ শতাংশ।
- তৃতীয় লিংগৰ ভোটাৰঃ ৬.২৫ শতাংশ।
গুৱাহাটীঃ
- মুঠ ভোটদানৰ হাৰঃ ৯০.৮১ শতাংশ।
- পুৰুষ ভোটাৰঃ ৮১.৬৪ শতাংশ।
- মহিলা ভোটাৰঃ ৭৯.৯৬ শতাংশ।
- তৃতীয় লিংগৰ ভোটাৰঃ ৫.১৩ শতাংশ।
অসমত তৃতীয় পৰ্যায়ত মুঠ ভোটদানৰ হাৰঃ ৮৫.১১ শতাংশ।
- পুৰুষ ভোটাৰঃ ৮৫.৪৯ শতাংশ।
- মহিলা ভোটাৰঃ ৮৪.৭২ শতাংশ।
- তৃতীয় লিংগৰ ভোটাৰঃ ৫.১০ শতাংশ।
ইফালে, ৰাজ্যত প্ৰথম, দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ মুঠ ভোটদানৰ হাৰঃ ৮১.৫২ শতাংশ।
- পুৰুষ ভোটাৰঃ ৮১.৭৩ শতাংশ।
- মহিলা ভোটাৰঃ ৮১.৩০ শতাংশ।
- তৃতীয় লিংগৰ ভোটাৰঃ ৪.৮৯