/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/4941cacb-3874-4b8c-8ff5-88c6f8a23711/11.jpg)
-
বিধায়ক পদ ত্যাগ কৰিবলৈ সাজু ফণিভূষণ চৌধুৰী
-
আজি বিধানসভাৰ অধ্যক্ষৰ হাতত দাখিল কৰিব পদত্যাগ পত্ৰ
-
পদত্যাগ পত্ৰ দাখিলৰ পূৰ্বে সাংবাদিকৰ আগত আৱেগিক হৈ পৰিল নৱ নিৰ্বাচিত সাংসদগৰাকী
-
বিগত ৩৮ বছৰে বঙাইগাঁও সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল চৌধুৰীয়ে
-
বিধানসভাৰ পৰা বিদায় দিবলৈ বিশাল আয়োজন
-
বৰপেটাৰ সাংসদৰূপে নতুন জীৱন আৰম্ভ কৰিবলৈ সাজু ফণিভূষণ চৌধুৰী
Also Read: কাজিৰঙাত মৃত গঁড় উদ্ধাৰ