New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/09/dangor-khobr-2.jpg)
dangor khabar
PFIৰ আন এজন সদস্যক আটক।
নগাঁৱৰ ৰূপহীৰ পৰা আটক সদস্যজনক।
সদস্যজনৰ নাম মৌলানা ৰহমত উল্লাহ কাছিমী ।
PFIৰ নগাঁও জিলাৰ সভাপতি আছিল লোকজন।
পুৱতি নিশা কাৱৈমাৰীৰ বাসগৃহৰ পৰা আটক।
আজি সমগ্ৰ দেশ জুৰি চলিছে পি এফ আইৰ সদস্যৰ বিৰুদ্ধে অভিযান।
বৰ্তমানলৈ প্ৰায় ১০০ গৰাকী সদস্য গ্ৰেপ্তাৰ হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us