New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/9948b2e0-cac0-404a-bbbc-105e7a2f1af2/download.jpg)
ৰাজ্যত পুনৰ PFI ৰ বিৰুদ্ধে অভিযান।
নগৰবেৰা আৰু দক্ষিণ বৰপেটাত চলিছে অভিযান।
সোমবাৰে নিশা আৰক্ষীৰ অভিযানত কেইবাজনো PFI সদস্যক আটক।
পুৱতি নিশাৰে পৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ নেতৃত্বত অভিযান।