/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/072b71d8-96af-451d-9a35-f0062a3b850f/bojali_aap.jpg)
bojali aap protest
ডিজিটেল ডেস্ক : বজালীত আম আদমী পাৰ্টিৰ অসম প্ৰদেশৰ সদস্যই সাব্যস্ত কৰে প্ৰতিবাদ। প্ৰতিমাজৰ মাজতেইবজালীৰ ৩১নং ৰাষ্ট্রীয় ঘাইপথত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
বজালীৰ গলিয়াত টোলগে’টৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিছিল আপে। উল্লেখ্য যে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে প্রতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে লাঠীচালনা কৰাৰ পৰিস্থিতি উদ্ভৱ হয়। আৰক্ষীয়ে কেইবাজনো প্রতিবাদকাৰীক আটক কৰে।