/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/3d42bfd2-3e34-4490-9cd5-bbc815851342/426b04b7-bb32-4be9-9aad-26c8aa626343.jpg)
পাঠশালাত ভয়ংকৰ ঘটনা।
ছাত্রী নিবাসৰ চাদৰ পৰা পৰি মৃত্যু এগৰাকী ছাত্রীৰ।
মৃত ছাত্রীগৰাকী বজালীৰ বাঘমাৰাৰ ঋষিতা দাস।
চাদত কাপোৰ মেলিবলৈ যাঁওতেই এই ঘটনা।
উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষত অধ্যয়নৰত আছিল ছাত্রীগৰাকী।
পাঠশালা কৃষ্ণকান্ত সন্দিকৈৰ ছাত্রী আছিল ঋষিতা।
ধীৰেণ চৌধুৰী নামৰ এজন লোকৰ ছাত্রীনিবাসত আছিল ঋষিতা।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।