/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/ROAD-ACCIDENT-2.jpg)
ROAD ACCIDENT
-
পাঠশালাৰ ভূটান ৰোডত দুৰ্ঘটনা।
-
চাৰিচকীয়া বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত বাইক আৰোহী।
-
আহত যুৱকজন পাঠশালাৰ মুগুৰীয়াৰ জিণ্টু তালুকদাৰ।
-
বাহনৰ খুন্দাত বাইক আৰোহীজনৰ ছিগি যায় এখন ভৰি।
-
ততাতৈয়াকৈ যুৱকজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্রেৰণ।
-
পাঠশালা আৰক্ষীয়ে জব্দ কৰে দুৰ্ঘটনা সংঘটিত কৰা চাৰিচকীয়া বাহনখন।