/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/5d6dc83c-0bd8-49b7-9285-8d857ff80d05/download.jpg)
OC patasarkuchi
ডিজিটেল ডেস্ক : পাটাছাৰকুছিৰ থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্ল’জ। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৃষিকেশ দাসক তাত্ক্ষণিকভাৱে ৰিজাৰ্ভ ক্ল’জ আৰক্ষী অধীক্ষকৰ। উল্লেখ্য যে বিষয়াগৰাকীৰ বিৰুদ্ধে বহুকেইটা অভিযোগ উত্থাপন হোৱাৰ বাবে এই সিদ্ধান্ত আৰক্ষী অধীক্ষকৰ।
এগৰাকী চি আৰ পি এফ জোৱানৰ মৃত্যুক কেন্দ্র কৰি এই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আনহাতে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৃষিকেশ দাসৰ বিৰুদ্ধে মৃদুল দত্ত নামৰ টিউচন শিক্ষকগৰাকীক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।