বিশিষ্ট বুদ্ধিজীৱি হীৰেন গোহাঁই, অংগৰাগ পাপন মহন্ত, বিধায়ক অতুল বৰাই সাব্যস্ত কৰিলে ভোটাধিকাৰ

বিশিষ্ট বুদ্ধিজীৱি হীৰেন গোহাঁই, অংগৰাগ পাপন মহন্ত, বিধায়ক অতুল বৰাই সাব্যস্ত কৰিলে ভোটাধিকাৰ

author-image
asomiyapratidin
New Update
বিশিষ্ট বুদ্ধিজীৱি হীৰেন গোহাঁই, অংগৰাগ পাপন মহন্ত, বিধায়ক অতুল বৰাই সাব্যস্ত কৰিলে ভোটাধিকাৰ

  • বিশিষ্ট বুদ্ধিজীৱি হীৰেন গোহাঁয়ে সাব্যস্ত কৰিলে ভোটাধিকাৰ।
  • দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰায়ো দিলে ভোট।
  • জনপ্ৰিয় শিল্পী অংগৰাগ পাপন মহন্তয়ো সাব্যস্ত কৰিলে ভোটাধিকাৰ।
  • প্ৰখৰ ৰ'দৰ বাবে দুপৰীয়া ভাগত ভোটাৰৰ উপস্থিতি সেৰেঙা হোৱা দেখিবলৈ পোৱা যায়।
  • বিয়লি ভাগলৈ পুনৰ ভোটাৰৰ উপস্থিতি বৃদ্ধি হোৱাৰ আশংকা।
  • ই ভি এম বিকল হোৱা কেইবাটাও ভোটকেন্দ্ৰত বৰ্তমান সুকলমে চলি আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া।