/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/1b85e130-3727-4e70-a87f-86ae8f685c4c/poapomn.jpg)
-
অসুস্থ অংগৰাগ পাপন মহন্ত।
-
বৃহস্পতিবাৰৰ নিশা চিকিৎসাধীন হয় মুম্বাইত শিল্পী গৰাকী।
-
মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পাতালত ভৰ্তি হয় পাপন।
-
শিল্পী গৰাকীৰ এটেন্ডেঞ্চ হিচাপে থাকিবলগীয়া হয় তেওঁৰ ১৩ বছৰীয়া পুত্ৰ।
-
ফেচবুকত এই কথা সদৰি কৰি পাপনে দিছে এক আবেগিক পোষ্ট।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/f016cb3b-0eda-464f-968f-f8ccbf63b01b/72f8608b_6017_4fb0_a743_b92b5209b367.jpg)