ৰে'লৱে আৰক্ষীৰ বৃহৎ সফলতাঃ পল্টনবজাৰ ষ্টেচনত জব্দ ৪৫ খন চুৰি বাইক

দিল্লীৰ পৰা ডিমাপুৰলৈ আনিছিল বাইক কেইখন...

author-image
Asomiya Pratidin
New Update
ৰে'লৱে আৰক্ষীৰ বৃহৎ সফলতাঃ পল্টনবজাৰ ষ্টেচনত জব্দ ৪৫ খন চুৰি বাইক

PALTANBAZAR RAILWAY STATION

  • গুৱাহাটী ৰে’ল আৰক্ষীৰ বৃহৎ সফলতা।

  • পল্টন বজাৰ ৰে'লৱে ষ্টেচনত জব্দ ৪৫খন চুৰি বাইক।

  • ষ্টেচনৰ ২ নম্বৰ প্লেটফৰ্মৰ পৰা জব্দ কৰা হৈছে বাইক কেইখন।

  • দিল্লীৰ পৰা অনা হৈছিল এই চুৰী বাইককেইখন।

  • জানিব পৰা মতে ডিমাপুৰ অভিমুখে নিয়াৰ পৰিকল্পনা আছিল চুৰি বাইককেইখন।

  • ইঞ্জিন আৰু ছেচিছ নম্বৰত ৰং সানি আনিছিল বাইকেইখন।

  • GRP-এ অভিযান চলাই জব্দ কৰে বাইককেইখন।

assam PALTANBAZAR RAILWAY STATION guwahati