তেজপুৰত আগবাঢ়িছে পল্লৱ লোচন

তেজপুৰত আগবাঢ়িছে পল্লৱ লোচন

author-image
asomiyapratidin
New Update
বেগুছৰাইত পিছ পৰিছে কানহাইয়া কুমাৰ…

  • দ্বিতীয় ৰাউণ্ডৰ অন্তত বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাসে লাভ কৰিছে ৩৮,৭১৯টা ভোট।
  • কংগ্ৰেছ প্ৰাৰ্থী এমজিভিকে ভানুৱে লাভ কৰিছে ২৯৫২০টা ভোট।
  • এনচিপি প্ৰাৰ্থী মহেন্দ্ৰ ভূঞাই লাভ কৰিছে ৪২২টা ভোট।
  • নোটাৰ ভোটৰ সংখ্যা হৈছে ৯২৪টা।