অসম নিৰ্বাচন-২০১৯ তেজপুৰত ১লাখ ৩১ হাজাৰ ভোটত অগ্ৰগতি বিজেপিৰ প্ৰাৰ্থী পল্লৱ লোচনৰ… তেজপুৰত ১লাখ ৩১ হাজাৰ ভোটত অগ্ৰগতি বিজেপিৰ প্ৰাৰ্থী পল্লৱ লোচনৰ… asomiyapratidin 23 May 2019 16:04 IST Follow UsNew Updateতেজপুৰত প্ৰায় ১ লাখ ৩১ হাজাৰ ভোটত পিছ পৰি ৰৈছে কংগ্ৰেছ প্ৰাৰ্থী এমজিভিকে ভানু।সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী পল্লৱলোচন দাসে বৰ্তমানলৈকে লাভ কৰিছে ৩৩৯০২৬ টা ভোট।সমষ্টিটোত ১১১৪৮টা ভোটেৰে তৃতীয় স্থানত আছে নিৰ্দলীয় প্ৰাৰ্থী বিজয় কুমাৰ তীৰু।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক