মহানগৰীৰ বিদ্যালয় সমূহলৈ শিক্ষা বিভাগৰ বিশেষ নিৰ্দেশনা

মহানগৰীৰ বিদ্যালয় সমূহলৈ শিক্ষা বিভাগৰ বিশেষ নিৰ্দেশনা

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

  • মহানগৰীৰ বিদ্যালয় সমূহলৈ শিক্ষা বিভাগৰ বিশেষ নিৰ্দেশনা।
  • এতিয়াৰ পৰা বিদ্যালয়সমূহৰ পুৱাৰ প্রাৰ্থনা সভা হ'ব শ্রেণী কোঠাত।
  • চৰকাৰী-বেচৰকাৰী সকলো বিদ্যালয়লৈকে এই নিৰ্দেশনা।
  • নিৰ্দেশনা জাৰি কৰিলে জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকে।
  • কেইদিন মান পূৰ্বে মহানগৰীৰ এখন বিদ্যালয়ত সংঘটিত হৈছিল অনাকাংশিত ঘটনা।
  • এগৰাকী ছাত্ৰী ঢলি পৰিছিল প্ৰাৰ্থনা সভাত।
assam guwagati