মৰ্মান্তিক! খেলি থকা অৱস্থাতেই ট্ৰেক্টৰৰ চেপাত প্ৰাণ গ'ল কনমানিৰ...

ওৰাঙৰ ধনশ্ৰীত মৰ্মান্তিক ঘটনা । অবৈধ মাটি কঢ়িওৱা ট্ৰেক্টৰৰ চেপাত প্ৰান গ'ল কনমানি শিশুৰ । শুকুৰবাৰে সংঘটিত হয় এই ঘটনা।
মৰ্মান্তিক! খেলি থকা অৱস্থাতেই ট্ৰেক্টৰৰ চেপাত প্ৰাণ গ'ল কনমানিৰ...

ডিজিটেল সংবাদ, ওৰাংঃ ওৰাঙৰ ধনশ্ৰীত মৰ্মান্তিক ঘটনা । অবৈধ মাটি কঢ়িওৱা ট্ৰেক্টৰৰ চেপাত প্ৰান গ'ল কনমানি শিশুৰ । শুকুৰবাৰে সংঘটিত হয় এই ঘটনা।

চালকৰ অৱহেলাৰ বাবে‌ এই ঘটনাতো সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে একাংশই।অবৈধ মাটি কঢ়িওৱা AS 23 C 4479 নম্বৰৰ টেক্টৰে ৰাস্তাত খেলি থকা কণমানি শিশুক তীব্ৰ গতিত খুন্দা মাৰে । যাৰ ফলত নিহত হয় দক্ষিণ চুৱা গাঁৱৰ তৃতীয় শ্ৰেণীত অধ্য়য়নৰত শিশুটিৰ।

ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চল জুৰি তীব্ৰ চাঞ্চল্য । লগতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

মৰ্মান্তিক! খেলি থকা অৱস্থাতেই ট্ৰেক্টৰৰ চেপাত প্ৰাণ গ'ল কনমানিৰ...
ৰাইজৰ দুখ বুকুতঃ কুকুৰ পাছত বিৰোধী...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in