ওৰাঙত নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিবাদ…

ওৰাঙত নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিবাদ…

author-image
asomiyapratidin
New Update
ওৰাঙত নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিবাদ…

ডিজিটেল সংবাদ, ওৰাং: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ওৰাঙতো নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিবাদ। বড়ো শান্তি চুক্তিৰ বিৰোধিতা কৰা বড়ো নেতৃবৃন্দৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল নিখিল বড়ো ছাত্ৰ সন্থা।‌

Advertisment

বড়ো শান্তি চুক্তিৰ বিৰোধিতাৰে গুৱাহাটীৰ উচ্চ ন্যায়ালয়ত দাখিল কৰা PIL ৰ বিৰুদ্ধে বড়ো নেতৃত্বৰ প্ৰতিমূৰ্তি দাহ কৰি ওৰাং চহৰৰ মাজমজিয়া ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে এবছুয়ে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ওৰাং আঞ্চলিক এবছুৱে PIL দাখিল কৰা চন্দন ব্রহ্ম, প্ৰাক্তন সাংসদ ছানচুমা শুংগুৰ বিষমুঠিয়াৰী, প্ৰাক্তন বিটিচি উপ প্ৰধান খামফা বৰ্গয়াৰীৰ প্ৰতিমূৰ্তি দাহ কৰে।

assam orang