মহানগৰীৰ বিভিন্ন স্থানত আৰক্ষীৰ অভিযান...

মহানগৰীৰ বিভিন্ন স্থানত আৰক্ষীৰ অভিযান...
  • অপৰাধীৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ ভিন্ন স্থানত অভিযান

  • নুনমাটি আৰক্ষীৰ অভিযানত আটক ৪ কুখ্যাত অপৰাধীক

  • অভিযানত উদ্ধাৰ এটা পিষ্টল, ১২খনকৈ চুৰি বাইক

  • ১৩ টা ম’বাইল ফোনৰ লগতে বহু আপত্তিজনক নথি-পত্র উদ্ধাৰ

  • আটক পংকজ দাস, বিশ্বজিৎ টুমুং, বিপ্লৱ দাস

  • অভিযানত ভৰলুৰ পৰা এগৰাকী মহিলা ড্রাগছ সৰবৰাহকাৰীকো আটক

  • আটক কৰা মহিলাগৰাকীৰ পৰা জব্দ ৪০গ্রাম হেৰ’ইন

  • লগতে জব্দ কৰা হৈছে ৪০ কেজি গাঞ্জা

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in