/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/566ffec2-d9ad-4557-804a-1e1fbd9e5c7b/pic_eimuhurtor_khobor_copy.jpg)
দেশজুৰি পি এফ আইৰ বিৰুদ্ধে এন আই এৰ অভিযান
১০০ৰো অধিক পি এফ আই নেতা-কৰ্মীক গ্রেপ্তাৰ
উত্তৰ প্রদেশ, কেৰালা, অন্ধ্রপ্রদেশত অভিযান অব্যাহত
তামিলনাডু, তেলেংগানা, দিল্লীত অভিযান
মহাৰাষ্ট্র, মধ্যপ্রদেশতো চলিছে এন আই এৰ অভিযান
অসমতো পি এফ আইৰ বিৰুদ্ধে চলিছে অভিযান
বকো আৰু নগৰবেৰাৰ পৰা দুজন যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ
মন্দিয়া আৰু নগৰবেৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱক দুজনক
পি এফ আইৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত গ্ৰেপ্তাৰ