/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/757bcea4-ea09-4b03-a9ee-065b0b0c12c8/download.jpg)
-
জুৰীয়াৰ লালুংগাঁৱত ৰে’লৱে আৰক্ষীৰ অভিযান
-
চাপৰমুখ ৰে’লৱে আৰক্ষীৰ লালুংগাঁৱস্থিত এখন দোকানত অভিযান
-
অভিযানত বহু আপত্তিজনক নথি-পত্র জব্দ
-
আৰক্ষীয়ে আটক কৰে দোকানখনৰ স্বত্বাধিকাৰী ৰাজিজুল ইছলামক
-
ৰাজিজুল ইছলামে ভুৱা নাম-ঠিকনাত ৰে’লৰ টিকট বিক্রী কৰিছিল