মৰিগাঁৱত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

ei muhurtar khabar
ei muhurtar khabar
  • মৰিগাঁৱত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

  • অভিযানত আৰক্ষীয়ে আটক কৰে দুই অপৰাধীক

  • ধৃত আব্দুল আজিত আৰু আব্দুল মজিত

  • মিকিৰভেটা আৰক্ষী চকীৰ অন্তৰ্গত ভেহুগুৰিৰ পৰা আটক দুয়োকে

  • ধৃতদ্বয়ৰ পৰা জব্দ ২৬২ খন চিম কাৰ্ড, ৩১খন ATM, ৯খন পানকাৰ্ড

  • জব্দ ৮খন ভোটাৰ কাৰ্ড, এখন চেকবুক, এটা প্রিণ্টাৰ

  • ৫টা মোবাইল, ২টা লেপটপসহ জব্দ এটা WIFI ডিভাইচো

  • মিকিৰভেটা আৰক্ষী চকীত জেৰা দুই অপৰাধীক

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in