New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/a5ab0198-f25a-41a8-8a4d-a018f313c649/dudhnoi_07.jpg)
প্ৰতীকি ফটো
শিৱসাগৰৰ বকতাত দিৰৈ নৈত সন্ধানহীন এজন লোক।
সন্ধানহীন লোকজন ম’হখুটি বাগিচাৰ ৰতন কুমাৰ।
বৃহস্পতিবাৰে সমনীয়াৰ সৈতে বনভোজ খাবলৈ গৈ সন্ধানহীন।
লোকজনৰ সন্ধানত SDRFৰ অভিযান অব্যাহত।
ঘটনাক লৈ অঞ্চলটোত চাঞ্চল্যই বিৰাজ কৰিছে।
Also Read: চাৰ্লছ বিশ্ববিদ্যালয়ত গুলীচালনাঃ নিহত প্ৰায় ১৪ জন, আহত ২৪ জনৰ অধিক