/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/mp-gaurav-gogoi.jpg)
- গৌৰৱ গগৈক ধন দিবলৈ গৈ আটক কংগ্রেছ কর্মী 
- ফ্লায়িং স্কোৱাডৰ অভিযানত ১ লাখ টকাসহ ধৰা পৰিল ছাহাবুদ্দিন মজুমদাৰ 
- ছাহাবুদ্দিনক বৰ্তমান যোৰহাট আৰক্ষীয়ে আটক কৰিছে 
- ছাহাবুদ্দিনৰ ঘৰ হোজাইত বুলি জানিব পৰা গৈছে 
- ছাহাবুদ্দিন কংগ্ৰেছ দলৰ হোজাইৰ সংখ্যালঘু কোষৰ সভাপতি 
- ছাহাবুদ্দিনৰ ওপৰত যোৰহাট আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে গোচৰ নাম্বাৰ ১২৭ ধাৰা IPC ১৭১E,১৭১F,R/W123(2) of reprentation of peoples act 
- ছাহাবুদ্দিননে ধন লৈ অহা গাড়ী খনৰ নাম্বাৰ AS-01-FP-8122(ইনোভা) 
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us