New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/04/10-1.jpg)
- শোণিতপুৰ জিলাৰ ডুমডুমাত কোভিড ভেকচিন লৈ গুৰুত্বৰ ভাবে অসুস্থ হোৱা এজন লোকৰ মৃত্যু ।
- লোক জনক নিশাই তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ICU ত ভৰ্তি কৰা হয়।
- মৃত লোক জনৰ নাম অনন্ত হালৈ(৪৮)।
- স্বাস্থ্য কেন্দ্ৰত কোভিড ভেকচিন লোৱাৰ পিছত নিশা অসুস্থ হৈ পৰে লোকজন৷
- নিশাই চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও অৱশেষত লোকজনৰ মৃত্যু হয় ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us