অসম কোৰোনা দৰঙত কোৰোনাত আক্ৰান্ত হৈ এজনৰ মৃত্যু… দৰঙত কোৰোনাত আক্ৰান্ত হৈ এজনৰ মৃত্যু… asomiyapratidin 21 Apr 2021 17:47 IST Follow UsNew Updateদৰঙত কোৰোনাত আক্ৰান্ত হৈ এজনৰ মৃত্যু হয়।মৃত লোকজনা দৰঙৰ পানবাৰীৰ আব্দুল মজিদ(৭৪)।ব্যক্তিগৰাকীয়ে প্ৰথমে তেজপুৰ চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰিছিল।পিছলৈ লোকজনৰ স্বাস্থ্যৰ অৱনতি ঘটাত গুৱাহাটীলৈ আনি থাকোতে মাজ বাটতে মৃত্যু হয়।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক