বনৰীয়া হাতীৰ আক্ৰমণত পুনৰ এজন নিহত

বনৰীয়া হাতীৰ আক্ৰমণত পুনৰ এজন নিহত
  • গোৱালপাৰাত বনৰীয়া হাতীৰ আক্রমণত নিহত এজন।

  • টুক্রাৰ ফফংগাত সংঘটিত হৈছে এই ঘটনা।

  • নিহত লোকজনৰ নাম লুকেশ চাংমা।

  • কৃষ্ণাইৰ খাৰদাঙত হাতীৰ আক্রমণত গুৰুতৰভাৱে আহত এজন।

  • আহত সুশীল ৰাভাক উন্নত চিকিৎসামৰ বাবে গুৱাহাটীলৈ প্রেৰণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in