অসম মুখ্য-পৃষ্ঠা সোৱণশিৰি প্রকল্পত অঘটন, টানেল খহি মৃত্যু এজনৰ, ২ আহত… সোৱণশিৰি প্রকল্পত অঘটন, টানেল খহি মৃত্যু এজনৰ, ২ আহত… asomiyapratidin 06 Jun 2022 12:49 IST Follow UsNew Updateসোৱণশিৰি প্রকল্পত অঘটন।সোমবাৰে সংঘটিত হয় এই ঘটনা।খহি পৰিল ২নং ইনটেক্ট টানেল। এজন নিহত, ২ জন গুৰুতৰভাৱে আহত।নিহত লোকজন জিতু হাতীবৰুৱা বুলি জানিব পৰা গৈছে। assam deadআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক