New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/ebb988b5-fb0c-454f-8f2c-8d0b289da86e/download.jpg)
বকোত ৰে'লৰ খুন্দাত এজনৰ মৃত্যু ।
বকো থানাৰ অন্তৰ্গত বাঘৰগাঁৱত শুকুৰবাৰে এজন লোক ৰে'লৰ খুন্দাত মৃত্যু হয় ।
মৃত্যু হোৱা লোকগৰাকী এতিয়ালৈকে চিনাক্ত হোৱা নাই।
এই ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।