লামডিঙত ড্ৰাগছসহ এজনক আটক...

অভিযানৰ সময়তে আৰক্ষীয়ে লামডিং- হাফলং ৰোডৰ পৰা ৰবিন নাগ নামৰ এজন ড্ৰাগছ পেডেলাৰক আটক কৰিবলৈ সক্ষম হ’য় ৷ আটক কৰা পেডেলাৰজনৰ পৰা ১৮ টা কন্টেনাত প্ৰায় ১১.৫০ গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হ’য় আৰক্ষী ৷
লামডিঙত ড্ৰাগছসহ এজনক আটক...

ডিজিটেল সংবাদ, লামডিংঃ ৰাজ্যত বৰ্তমানেও অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান ৷ লামডিঙত পুনৰ ড্ৰাগছসহ এজন পেডলাৰ পৰিছে আৰক্ষীৰ জালত ৷ এক গোপন সুএৰ পম খেদি লামডিং আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলাইছিল অভিযান৷

অভিযানৰ সময়তে আৰক্ষীয়ে লামডিং- হাফলং ৰোডৰ পৰা ৰবিন নাগ নামৰ এজন ড্ৰাগছ পেডেলাৰক আটক কৰিবলৈ সক্ষম হ’য় ৷ আটক কৰা পেডেলাৰজনৰ পৰা ১৮ টা কন্টেনাত প্ৰায় ১১.৫০ গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হ’য় আৰক্ষী ৷

ড্ৰাগছ খিনি লামডিঙৰ বিভিন্ন অঞ্চলত সৰৱৰাহ কৰাৰ সন্দেহ কৰিছে লামডিং আৰক্ষীয়ে ৷ বৰ্তমান আৰক্ষীয়ে কুখ্যাত ড্ৰাগছ পেডেলাৰ ৰবিন নাগক সোধ-পোছ অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে পূৰ্বেও বিভিন্ন অভিযোগত কাৰাগাৰলৈ গৈছিল ব্যক্তিজন ৷ কাৰাগাৰৰ পৰা ওলাই আহি পুনৰ ড্ৰাগছ ব্যৱসায়ত নামি পৰিছে ৰবিন নাগ ৷

লামডিঙত ড্ৰাগছসহ এজনক আটক...
বাধ্যতামূলক হ’ব মহানগৰীৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ সন্মুখত ডাষ্টবিন ৰখাটো...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in