/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/68642f1c-0a5c-494e-a56c-975f444209c8/sim.jpg)
পাকিস্তানী এজেন্ট গ্ৰেপ্তাৰৰ পিছত মৈৰাবাৰীত পুনৰ ৪৩৮ সক্ৰিয় চিম কাৰ্ডসহ গ্ৰেপ্তাৰ ১
মৰিগাৱৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰন বৈশ্যৰ নেতৃত্বত চলিছিল অভিযান।
অভিযানত মফিদুল ইছলাম নামৰ এজন লোকক ৪৩৮ টা চিমসহ গ্ৰেপ্তাৰ।
মৈৰাবাৰীৰ লেংৰীবৰীত ঘৰ ধৃত মফিদুলৰ।
নিজা বাসগৃহৰ পৰাই গ্ৰেপ্তাৰ মফিদুলক।
সৰুচলাৰ বাহাৰুলক পাকিস্তানী এজেন্টক মোবাইলৰ চিমকাৰ্ড যোগানৰ সন্দেহত গ্ৰেপ্তাৰৰ পিছত আজি মফিদুলৰ কবলৰ পৰা ৪৩৮ টা চিমকাৰ্ড জব্দকৃত কাৰ্যই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
Also Read: দিল্লীত প্রধানমন্ত্রী নৰেন্দ্র মোডীক সাক্ষাৎ মুখ্যমন্ত্রী নেইফিউ ৰিঅ’, উপ-মুখ্যমন্ত্রী ৱাই পেট্টনৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us