New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/bar.jpg)
- মৰিগাঁৱত দুৰ্নীতি নিবাৰক শাখাৰ জালত আবকাৰী অধীক্ষক।
- উৎকোচ লৈ হাতে-লোটে আটক আবকাৰী বিষয়াগৰাকী।
- আবকাৰী অধীক্ষকগৰাকীৰ নাম বৰষা বৰা বৰদলৈ।
- সুৰাৰ বিপণীৰ নামত এজনক দাবী কৰিছিল ১ লাখ টকা।
- চিন্ময় তামুলী নামৰ লোকজনক দাবী কৰিছিল ধনখিনি।
- ২০ হাজাৰ টকা উৎকোচ লোৱা অৱস্থাত ধৰা পৰে বিষয়াগৰাকী।