/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/8296d4ea-94bf-49c5-ba28-cccece5d3133/ouo.jpg)
-
উৎকোচ লৈ পুনৰ গ্ৰেপ্তাৰ চৰকাৰী কৰ্মচাৰী।
-
এইবাৰ ৩৫ হাজাৰ টকা উৎকোচ লৈ চামগুৰিত বুধবাৰে নিশা হাতে-লোটে গ্ৰেপ্তাৰ হ'ল গাণনিক পুলিন শইকীয়া।
-
বোকাখাতৰ কৰ্মচাৰী যদিও চামগুৰিতহে গ্ৰেপ্তাৰ হয় শইকীয়া।
-
জল জীৱন আঁচনিৰ বিল মোকলাই দিয়াৰ নামত বোকাখাত PHEৰ কাৰ্যবাহী অভিযন্তা কার্যালয়ৰ কৰ্মচাৰী পুলিন শইকীয়াই লৈছিল ধন।
-
পূৰ্বতেও উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈ আহিছিল কৰ্মচাৰীজনৰ বিৰুদ্ধে।