/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/9d7d97aa-8259-49a6-892d-fff22551e9d2/download.jpg)
arrested
· দিপীলাত আৰক্ষীৰ নামত ধন দাবী কৰি আটক এজন।
· মঙলবাৰে আটক হয় লোকজন।
· পাথৰিঘাট আৰক্ষী চকীৰ সৰাবাৰী বৰমপুৰৰ পৰা আটক দালালটোক।
· ধৃত লোকজন ঘিলাকুৰি গাঁৱৰ আজিজুৰ ৰহমান।
· আৰক্ষীৰ লোক বুলি চিনাকি দিছিল প্রফুল্ল চহৰীয়া নামৰ লোকজনক।
· এটা গোচৰৰ নামত প্রফুল্ল চহৰীয়াৰ পৰা বিচাৰিছিল ৩০হাজাৰ টকা।
· ৰাইজৰ সহযোগত পাথৰিঘাট আৰক্ষীয়ে আটক কৰে দালালৰূপী আজিজুৰক