অসম মুখ্য-পৃষ্ঠা উৎকোচ লৈ পুনৰ গ্রেপ্তাৰ চৰকাৰী কৰ্মচাৰী উৎকোচ লৈ পুনৰ গ্রেপ্তাৰ চৰকাৰী কৰ্মচাৰী asomiyapratidin 18 Aug 2022 14:31 IST Follow UsNew Updateউৎকোচ লৈ পুনৰ গ্রেপ্তাৰ চৰকাৰী কৰ্মচাৰী।ধুবুৰীৰ পৰা গ্রেপ্তাৰ উচ্চ বৰ্গৰ সহায়ক জিতেন্দ্র নাথ ৰয়ক।জিতেন্দ্র নাথ ৰয় হাডুৰহাট ধৰমশালা হাইস্কুলৰ কৰ্মচাৰী।দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে আটক কৰে জিতেন্দ্র নাথ ৰয়ক। assam arrested Assam policeআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক