New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/ra.jpg)
- হাতেলোটে ধন লৈ গ্রেপ্তাৰ হ'ল নিয়ন্ত্রক পৰ্যায়ৰ বিষয়া।
- গ্রেপ্তাৰ হোৱা বিষয়াজন শচীন্দ্র নাথ বৈশ্য।
- জোখ-মাপ পৰিমাপ বিভাগৰ নিয়ন্ত্রক বৈশ্য।
- দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই গ্রেপ্তাৰ কৰে বিষয়াজনক।
- ২৫ হাজাৰ টকা লওঁতে হাতেলোটে গ্রেপ্তাৰ বৈশ্যক।