অসম মুখ্য-পৃষ্ঠা পিষ্টল সহ দুৰ্ধৰ্ষ ডকাইত আটক পিষ্টল সহ দুৰ্ধৰ্ষ ডকাইত আটক asomiyapratidin 24 Aug 2022 07:48 IST Follow UsNew Updateজুৰীয়াত পিষ্টল, গুলীসহ আটক এটা দুৰ্ধৰ্ষ ডকাইত।ধৃত ডকাইতটো ইজাজুল হক ওৰফে ইজু।জব্দ 7.65 MM এটা পিষ্টল, ৫ জাই সক্রিয় গুলীসহ এটা মেগজিন।ধিংবৰী চাপৰিত আৰক্ষীয়ে অভিযান চলাই আটক কৰে ডকাইতটো dacoit assam Assam policeআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক