New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/oc.jpg)
- খাৰুপেটিয়া থানাৰ ভাৰাপ্রাপ্ত বিষয়াক গ্রেপ্তাৰ।
 - গ্রেপ্তাৰ হ'ল OC উৎপল বৰা।
 - ভুৱা গোচৰ ৰুজু কৰি বিচাৰিছিল উৎকোচ।
 - ধুলা থানাৰ OC হৈ থাকোতে সংঘটিত কৰিছিল এই ঘটনা।
 - এগৰাকী চিকিৎসক আৰু শিক্ষকৰ বিৰুদ্ধে ৰুজু কৰিছিল ভুৱা গোচৰ।
 - দুয়োগৰাকীৰ পৰা ৫ লাখ টকাৰ উৎকোচ বিচাৰিছিল উৎপল বৰাই।
 
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us